Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
10 : 61

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا هَلْ اَدُلُّكُمْ عَلٰی تِجَارَةٍ تُنْجِیْكُمْ مِّنْ عَذَابٍ اَلِیْمٍ ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! মই তোমালোকক এটা লাভদায়ক ব্যৱসায়ৰ পথ দেখুৱাই দিমনে, যিটোৱে তোমালোকক কষ্টদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব? info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• تبشير الرسالات السابقة بنبينا صلى الله عليه وسلم دلالة على صدق نبوته.
বিগত ৰাছুলসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সুসংবাদ দিয়াটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে সত্য ৰাছুল হোৱাৰ প্ৰমাণ। info

• التمكين للدين سُنَّة إلهية.
দ্বীন প্ৰতিষ্ঠা কৰা আল্লাহৰ নীতি। info

• الإيمان والجهاد في سبيل الله من أسباب دخول الجنة.
ঈমান আৰু আল্লাহৰ পথত যুদ্ধ কৰা জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম। info

• قد يعجل الله جزاء المؤمن في الدنيا، وقد يدخره له في الآخرة لكنه لا يُضَيِّعه - سبحانه -.
আল্লাহে কেতিয়াবা কেতিয়াবা মুমিনসকলক পৃথিৱীতেই প্ৰতিদান দিয়ে, আকৌ কেতিয়াবা পৰকালৰ বাবে জমা কৰি ৰাখে। কিন্তু সেয়া বিনষ্ট নকৰে। info