Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
59 : 56

ءَاَنْتُمْ تَخْلُقُوْنَهٗۤ اَمْ نَحْنُ الْخٰلِقُوْنَ ۟

সেই বীর্য তোমালোকে সৃষ্টি কৰা নে আমি সৃষ্টি কৰোঁ?! info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• دلالة الخلق الأول على سهولة البعث ظاهرة.
প্ৰথম বাৰৰ সৃষ্টিয়ে প্ৰকাশ্যভাৱে প্ৰমাণ কৰে যে পুনৰুত্থানৰ বিষয়টো অতি সহজ। info

• إنزال الماء وإنبات الأرض والنار التي ينتفع بها الناس نعم تقتضي من الناس شكرها لله، فالله قادر على سلبها متى شاء.
পানীৰ অৱতাৰণ, ভূমিৰ পৰা উৎপাদন আৰু মানুহৰ উপকাৰত ব্যৱহৃত হোৱা জুই, এইসকলোবোৰ নিয়ামতে মানুহৰ ফালৰ পৰা আল্লাহৰ কৃতজ্ঞতা দাবী কৰে। কিয়নো, আল্লাহে ইচ্ছা কৰিলে এইবোৰ মানুহৰ পৰা হৰণ কৰিবলৈ সক্ষম। info

• الاعتقاد بأن للكواكب أثرًا في نزول المطر كُفْرٌ، وهو من عادات الجاهلية.
বৰষুণৰ বাবে তৰাৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰাটো কুফৰী। এইটো হৈছে অজ্ঞতা যুগৰ প্ৰথা। info