Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
54 : 54

اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّنَهَرٍ ۟ۙ

নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে জান্নাতৰ মাজত আৰু প্ৰবাহিত নদ-নদীসমূহৰ মাজত তেওঁৰ নিয়ামতসমূহ উপভোগ কৰিব। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• كتابة الأعمال صغيرها وكبيرها في صحائف الأعمال.
সৰু-বৰ সকলো কৰ্ম আমলনামাত লিপিবদ্ধ থাকিব। info

• ابتداء الرحمن بذكر نعمه بالقرآن دلالة على شرف القرآن وعظم منته على الخلق به.
দয়াময় আল্লাহে তেওঁৰ নিয়ামতসমূহ উল্লেখ কৰাৰ পূৰ্বে কোৰআনৰ বিষয়ে আলোচনা কৰিছে, এই বিষয়টোৱে কোৰআনৰ মর্যাদা প্ৰমাণ কৰে আৰু ইয়াৰ দ্বাৰা যে সৃষ্টিজগতৰ প্ৰতি মহা অনুগ্রহ কৰা হৈছে সেইটোকে প্রমাণ কৰে। info

• مكانة العدل في الإسلام.
ইছলামত ন্যায় বিচাৰৰ আসন হৈছে সুউচ্চ। info

• نعم الله تقتضي منا العرفان بها وشكرها، لا التكذيب بها وكفرها.
আল্লাহৰ নিয়ামতসমূহে আমাৰ পৰা স্বীকৃতি আৰু কৃতজ্ঞতা দাবী কৰে। সেইবোৰক অস্বীকাৰ কৰা অথবা কুফৰী কৰাৰ অৱকাশ নাই। info