Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
41 : 54

وَلَقَدْ جَآءَ اٰلَ فِرْعَوْنَ النُّذُرُ ۟ۚ

নিশ্চয় ফিৰআউন পৰিয়ালৰ ওচৰলৈও মুছা আৰু হাৰূন (আলাইহিমাচ্ছালাম)ৰ মাধ্যমত আমাৰ সতর্ক-সংকেত আহিছিল। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• شمول العذاب للمباشر للجريمة والمُتَمالئ معه عليها.
অপৰাধী আৰু তাৰ সৈতে অংশগ্রহণকাৰী উভয়েই প্ৰত্যক্ষভাৱে শাস্তি পাব। info

• شُكْر الله على نعمه سبب السلامة من العذاب.
আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা, শাস্তিৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায়। info

• إخبار القرآن بهزيمة المشركين يوم بدر قبل وقوعها من الإخبار بالغيب الدال على صدق القرآن.
মুশ্বৰিকসকলে বদৰৰ যুদ্ধৰ দিনা পৰাজয়বৰণ কৰিব বুলি কোৰআনে পূৰ্বেই সংবাদ পৰিবেশন কৰিছে, এই বিষয়টোৱে প্রমাণ বহন কৰে যে, কোৰআন নিশ্চয় সত্য। info

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য। info