Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
9 : 47

ذٰلِكَ بِاَنَّهُمْ كَرِهُوْا مَاۤ اَنْزَلَ اللّٰهُ فَاَحْبَطَ اَعْمَالَهُمْ ۟

সিহঁতে এই শাস্তি পোৱাৰ কাৰণ হৈছে, আল্লাহে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা এই কোৰআনৰ মাজত আল্লাহৰ তাওহীদৰ বৰ্ণনা থকাৰ বাবে সিহঁতে ইয়াক অপছন্দ কৰিছিল। ফলত আল্লাহেও সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে। এতেকে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সিহঁত ক্ষতিগ্ৰস্ত। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• النكاية في العدوّ بالقتل وسيلة مُثْلى لإخضاعه.
কাফিৰসকলক নিয়ন্ত্ৰণ কৰাৰ সৰ্বোত্তম পন্থা হৈছে যুদ্ধক্ষেত্ৰত সিহঁতৰ অধিকাংশ লোকক হত্যা কৰা। info

• المن والفداء والقتل والاسترقاق خيارات في الإسلام للتعامل مع الأسير الكافر، يؤخذ منها ما يحقق المصلحة.
ইছলামী নীতি অনুসাৰে কাফিৰ কয়েদীসকলৰ লগত ব্যৱহাৰৰ চাৰিটা বিকল্প আছেঃ ক) মানৱতাৰ ভিত্তিত বিনিময় নোলোৱাকৈ এৰি দিয়া। খ) অৰ্থদণ্ড গ্ৰহণ কৰি এৰি দিয়া। গ) হত্যা কৰা। ঘ) দাস বনাই লোৱা। এই চাৰিওটা নীতি পৰিস্থিতি সাপেক্ষে ইছলামৰ হিত অনুযায়ী অৱলম্বন কৰা হ’ব। info

• عظم فضل الشهادة في سبيل الله.
আল্লাহৰ পথত শ্বহীদ হোৱাৰ গুৰুত্ব। info

• نصر الله للمؤمنين مشروط بنصرهم لدينه.
মুমিনসকলে আল্লাহৰ সহায় সেই সময়তেই লাভ কৰিব, যেতিয়া তেওঁলোকে আল্লাহৰ দ্বীনৰ সহায় কৰিব। info