Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
161 : 4

وَّاَخْذِهِمُ الرِّبٰوا وَقَدْ نُهُوْا عَنْهُ وَاَكْلِهِمْ اَمْوَالَ النَّاسِ بِالْبَاطِلِ ؕ— وَاَعْتَدْنَا لِلْكٰفِرِیْنَ مِنْهُمْ عَذَابًا اَلِیْمًا ۟

আৰু এই কাৰণেও যে, সিহঁতে সুতৰ লেনদেন কৰিছিল, অথচ আল্লাহে সিহঁতক সুত খোৱাৰ পৰা নিষেধ কৰিছিল, আৰু এটা কাৰণ এই যে, সিহঁতে মানুহৰ সম্পদ অন্যায়ভাৱে আত্মসাত কৰিছিল। আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• عاقبة الكفر الختم على القلوب، والختم عليها سبب لحرمانها من الفهم.
কুফৰৰ পৰিণাম হৈছে অন্তৰত মোহৰ মাৰি দিয়া, কোনো অন্তৰত মোহৰ পৰিলে সেই অন্তৰ বোধশক্তিৰ পৰা বঞ্চিত হয়। info

• بيان عداوة اليهود لنبي الله عيسى عليه السلام، حتى إنهم وصلوا لمرحلة محاولة قتله.
নবী ঈছা আলাইহিছ ছালামৰ লগত ইয়াহুদীসকলৰ ইমান শত্ৰুতা আছিল যে, সিহঁতে তেওঁক হত্যা কৰাৰ পণ লৈছিল। info

• بيان جهل النصارى وحيرتهم في مسألة الصلب، وتعاملهم فيها بالظنون الفاسدة.
ক্ৰুছবিদ্ধ সম্পৰ্কে খৃষ্টানসকলৰ অজ্ঞতাৰ বৰ্ণনা তথা সিহঁতৰ বাতিল ধাৰণাৰ বিৱৰণ। info

• بيان فضل العلم، فإن من أهل الكتاب من هو متمكن في العلم حتى أدى به تمكنه هذا للإيمان بالنبي محمد صلى الله عليه وسلم.
জ্ঞানৰ গুৰুত্বৰ বৰ্ণনা। কিয়নো আহলে কিতাপৰ মাজত কিছুমান লোক জ্ঞানত পৰিপক্ক আছিল আৰু এই পৰিপক্কতাই তেওঁলোকক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰাৰ বাট দেখুৱাইছে। info