Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
33 : 39

وَالَّذِیْ جَآءَ بِالصِّدْقِ وَصَدَّقَ بِهٖۤ اُولٰٓىِٕكَ هُمُ الْمُتَّقُوْنَ ۟

যিসকলে সত্যৰ ওপৰত আধাৰিত নবীসকলৰ কথা কৰ্মক মনে-প্ৰাণে বিশ্বাস কৰে আৰু সেইমতে আমল কৰে, তেওঁলোকেই হৈছে প্ৰকৃত মুত্ত্বাক্বী ব্যক্তি। তেওঁলোকেই নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁ যি যি নিষেধ কৰিছে, সেইবোৰ পৰিত্যাগ কৰে। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• عظم خطورة الافتراء على الله ونسبة ما لا يليق به أو بشرعه له سبحانه.
আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা, তেওঁৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰা তথা তেওঁৰ চৰীয়তত কোনো বিষয় সংযোজন কৰা আদি হৈছে মহা অপৰাধ। info

• ثبوت حفظ الله للرسول صلى الله عليه وسلم أن يصيبه أعداؤه بسوء.
এই কথা প্ৰমাণিত যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক শত্ৰুৰ পৰা স্বয়ং আল্লাহেই সুৰক্ষিত ৰাখিছিল। info

• الإقرار بتوحيد الربوبية فقط بغير توحيد الألوهية، لا ينجي صاحبه من عذاب النار.
তাওহীদে উলুহিয়্যত স্বীকাৰ নকৰাকৈ কেৱল তাওহীদে ৰূবুবিয়্যত স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা মুক্তি লাভ কৰা সম্ভৱ নহয়। info