Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
131 : 37

اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

যিদৰে আমি ইলিয়াছক উত্তম প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি আমাৰ সৎকৰ্মশীল মুমিন বান্দাসকলক উত্তম প্ৰতিদান দিওঁ। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• سُنَّة الله التي لا تتبدل ولا تتغير: إنجاء المؤمنين وإهلاك الكافرين.
আল্লাহৰ নিৰ্ধাৰিত নিয়মত কেতিয়াও পৰিবৰ্তন নহয়। তেওঁৰ নিৰ্ধাৰিত নিয়ম হৈছে, তেওঁ মুমিনসকলক ৰক্ষা কৰে আৰু কাফিৰসকলক ধ্বংস কৰে। info

• ضرورة العظة والاعتبار بمصير الذين كذبوا الرسل حتى لا يحل بهم ما حل بغيرهم.
সেইসকল সম্প্ৰদায়ৰ পৰিণামৰ পৰা উপদেশ গ্ৰহণ কৰা আৱশ্যক, যিসকলে ৰাছুলসকলক অস্বীকাৰ কৰিছিল। যাতে সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেই শাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়। info

• جواز القُرْعة شرعًا لقوله تعالى: ﴿ فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ ﴾.
নাম নিৰ্বাচন কৰিবলৈ লটাৰী কৰা বৈধ। যেনে আল্লাহ তাআলাই কৈছেঃ (فَسَاهَمَ فَكَانَ مِنَ اْلْمُدْحَضِينَ.) info