Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
13 : 26

وَیَضِیْقُ صَدْرِیْ وَلَا یَنْطَلِقُ لِسَانِیْ فَاَرْسِلْ اِلٰی هٰرُوْنَ ۟

সিহঁতে মোক অস্বীকাৰ কৰিব বুলি মোৰ বুকু সংকুচিত হৈ আছে, তথা মই স্বাভাৱিকভাৱে কথাও ক’ব পৰা নাই। এতেকে জিব্ৰীলৰ দ্বাৰা মোৰ ভাতৃৰ ওচৰলৈও অহী প্ৰেৰণ কৰা, যাতে তেওঁ মোৰ সহায়ক হয়। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• حرص الرسول صلى الله عليه وسلم على هداية الناس.
মানৱজাতিৰ হিদায়তৰ প্ৰতি ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগ্ৰহ। info

• إثبات صفة العزة والرحمة لله.
প্ৰভুত্ব আৰু দয়া, এই দুটা গুণ আল্লাহৰ বাবে প্ৰমাণিত হ'ল। info

• أهمية سعة الصدر والفصاحة للداعية.
আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ অন্তৰ প্ৰশস্ত হোৱা উচিত তথা ভাষাজ্ঞান থকা আৱশ্যক। info

• دعوات الأنبياء تحرير من العبودية لغير الله.
নবীসকলৰ দাৱাতৰ উদ্দেশ্য আছিল মানুহক আল্লাহৰ বাহিৰে আনৰ ইবাদতৰ পৰা উলিয়াই আনা। info

• احتج فرعون على رسالة موسى بوقوع القتل منه عليه السلام فأقر موسى بالفعلة، مما يشعر بأنها ليست حجة لفرعون بالتكذيب.
ফিৰআউনে মুছা আলাইহিচ্ছালামৰ ৰিছালতৰ বিৰুদ্ধে এটা যুক্তি দাঙি ধৰিলে যে, তেওঁ এজন ব্যক্তিক হত্যা কৰিছিল, সেই কথাটো মুছা আলাইহিচ্ছালামেও স্বীকাৰ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ বুজাব বিচাৰিছিল যে, ৰিছালত অস্বীকাৰ কৰিবলৈ এনেকুৱা যুক্তিৰ কোনো স্থান নাই। info