Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
5 : 23

وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ

তেওঁলোকে ব্যভিচাৰ, সমকামিতা আৰু সকলো প্ৰকাৰ অশ্লীলতাৰ পৰা নিজকে সুৰক্ষিত ৰাখে, তেওঁলোক সদায় পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ থাকে। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• للفلاح أسباب متنوعة يحسن معرفتها والحرص عليها.
সফলতাৰ বিভিন্ন উপায় আছে। মানুহে সেইবোৰ ভালকৈ জনা উচিত আৰু সেইমতে আমল কৰাৰ আগ্ৰহ ৰখা উচিত। info

• التدرج في الخلق والشرع سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰা আৰু চৰীয়ত প্ৰণয়ন কৰাটো হৈছে আল্লাহৰ সাধাৰণ নিয়ম। info

• إحاطة علم الله بمخلوقاته.
আল্লাহৰ জ্ঞান সকলো সৃষ্টিকে পৰিবেষ্টন কৰি আছে। info