क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद

আল-বায়্যিনাহ

सूरा के उद्देश्य:
بيان كمال الرسالة المحمدية ووضوحها.
এই কথাৰ বৰ্ণনা যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালত সম্পূৰ্ণ আৰু স্পষ্ট। info

external-link copy
1 : 98

لَمْ یَكُنِ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ مُنْفَكِّیْنَ حَتّٰی تَاْتِیَهُمُ الْبَیِّنَةُ ۟ۙ

স্পষ্ট আৰু পৰিপূৰ্ণ প্ৰমাণ নহালৈকে ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কুফুৰীৰ প্ৰতি নিজৰ ঐক্যতাৰ পৰা বিৰত থকা নাছিল। info
التفاسير:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি। info

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী। info

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে। info