क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद

external-link copy
9 : 27

یٰمُوْسٰۤی اِنَّهٗۤ اَنَا اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟ۙ

আল্লাহে তেওঁক ক’লেঃ হে মুছা! ময়ে আল্লাহ, মহাপৰাক্ৰমশালী। মোক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় মই সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক। info

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা। info

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। info