કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
2 : 98

رَسُوْلٌ مِّنَ اللّٰهِ یَتْلُوْا صُحُفًا مُّطَهَّرَةً ۟ۙ

এইটো স্পষ্ট প্ৰমাণ আৰু মুক্ত তথা পৰিপূৰ্ণ প্ৰমাণ যে, আল্লাহৰ প্ৰেৰিত এজন ৰাছুল পৱিত্ৰ ছহিফা বা পত্ৰবোৰ পঢ়ি শুনাব, যাক কেৱল আল্লাহৰ পৱিত্ৰ বান্দাইহে স্পৰ্শ কৰে। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি। info

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী। info

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে। info