કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
26 : 83

خِتٰمُهٗ مِسْكٌ ؕ— وَفِیْ ذٰلِكَ فَلْیَتَنَافَسِ الْمُتَنٰفِسُوْنَ ۟ؕ

তাৰ পৰা অন্তলৈকে মিছক বা কস্তুৰিৰ সুগন্ধি আহি থাকিব। এই মহত্বপূৰ্ণ পৰিণামৰ বাবে প্ৰতিযোগীতাৰ ইচ্ছুক সকলে প্ৰতিযোগীতাৰ বাবে প্ৰয়াস কৰিব লাগে। গতিকে এনেকুৱা কাম কৰিব লাগে যাৰ প্ৰতি আল্লাহ তাআলাই সন্তুষ্ট হয় আৰু এনেকুৱা কামৰ পৰা বিৰত থাকিব লাগে যাৰ প্ৰতি আল্লাহ তাআলাই অসন্তুষ্ট হয়। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info