કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
11 : 83

الَّذِیْنَ یُكَذِّبُوْنَ بِیَوْمِ الدِّیْنِ ۟ؕ

যিহঁতে পৰিণামৰ দিন অস্বীকাৰ কৰে, যিদিনা আল্লাহ তাআলাই তাৰ বান্দাসকলক সিহঁতে কৰা কৰ্মৰ প্ৰতিদান দিব। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info