કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
30 : 40

وَقَالَ الَّذِیْۤ اٰمَنَ یٰقَوْمِ اِنِّیْۤ اَخَافُ عَلَیْكُمْ مِّثْلَ یَوْمِ الْاَحْزَابِ ۟ۙ

ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিক উপদেশ দি ক’লেঃ শুনা! তোমালোকে যদি শত্ৰুতা পোষণ কৰি অন্যায়ভাৱে মুছাক হত্যা কৰা তেন্তে মই আশংকা কৰি আছোঁ, হয়তো তোমালোকৰ ওপৰতো তেনেকুৱা শাস্তি আহিব পাৰে যিদৰে পূৰ্বৱৰ্তী লোকসকলৰ ওপৰত আহিছিল, যিসকলে ৰাছুলসকলৰ বিৰুদ্ধে দল গঠন কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছিল। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• لجوء المؤمن إلى ربه ليحميه من كيد أعدائه.
শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰে। info

• جواز كتم الإيمان للمصلحة الراجحة أو لدرء المفسدة.
কোনো গুৰুত্বপূৰ্ণ হিত ৰক্ষাৰ্থে অথবা কোনো ক্ষতিৰ পৰা বাচিবলৈ ঈমান গোপন কৰা বৈধ। info

• تقديم النصح للناس من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info