કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
22 : 36

وَمَا لِیَ لَاۤ اَعْبُدُ الَّذِیْ فَطَرَنِیْ وَاِلَیْهِ تُرْجَعُوْنَ ۟

সেই শুভাকাংক্ষী ব্যক্তিজনে ক’লেঃ সেই আল্লাহৰ ইবাদতৰ পৰা মোক কিহে বাধা দিব, যিয়ে মোক সৃষ্টি কৰিছে? এতেকে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ইবাদতৰ পৰা কিহে বাধা দিয়ে, যি সত্তাই তোমালোকক সৃষ্টি কৰিছে? অথচ প্ৰতিদানৰ বাবে পুনৰুত্থিত হৈ একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info