કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
55 : 30

وَیَوْمَ تَقُوْمُ السَّاعَةُ یُقْسِمُ الْمُجْرِمُوْنَ ۙ۬— مَا لَبِثُوْا غَیْرَ سَاعَةٍ ؕ— كَذٰلِكَ كَانُوْا یُؤْفَكُوْنَ ۟

যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা অপৰাধীবিলাকে শপত খাই ক’ব যে, আমি কবৰত কেৱল কিছু সময়হে অৱস্থান কৰিছিলোঁ। যিদৰে সিহঁতক কবৰত অৱস্থান কৰা সময় সম্পৰ্কীয় তথ্যৰ পৰা আঁতৰাই ৰখা হৈছে, ঠিক সেইদৰে পৃথিৱীতো সিহঁতে সত্যৰ পৰা আঁতৰি ফুৰিছিল। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• يأس الكافرين من رحمة الله عند نزول البلاء.
বিপদৰ সময়ত আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱাটো কাফিৰসকলৰ বৈশিষ্ট্য। info

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই। info

• مراحل العمر عبرة لمن يعتبر.
জীৱনৰ বিভিন্ন পৰ্যায়সমূহ হৈছে সেইসকল লোকৰ বাবে এটা উপদেশ, যিসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব বিচাৰে। info

• الختم على القلوب سببه الذنوب.
পাপকৰ্ম হৈছে অন্তৰত মোহৰ পৰাৰ অন্যতম কাৰণ। info