કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
202 : 26

فَیَاْتِیَهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟ۙ

সিহঁতৰ ওপৰত এই শাস্তি আকস্মিক আহিব। এই শাস্তি যেতিয়া আহিব সিহঁতে গমেই নাপাব। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• كلما تعمَّق المسلم في اللغة العربية، كان أقدر على فهم القرآن.
এজন মুছলিমে আৰবী ভাষা যিমান গভীৰভাৱে অধ্যয়ন কৰিব, সেই অনুপাতে কোৰআন বুজাৰ দক্ষতা লাভ কৰিব। info

• الاحتجاج على المشركين بما عند المُنْصِفين من أهل الكتاب من الإقرار بأن القرآن من عند الله.
ঐশীগ্ৰন্থ প্ৰাপ্ত লোকসকলৰ মাজৰ ন্যায়প্ৰিয় লোকসকলৰ এই স্বীকাৰোক্তি মুশ্বৰিকসকলৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ যে, কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। info

• ما يناله الكفار من نعم الدنيا استدراج لا كرامة.
কাফিৰসকলে পৃথিৱীত লাভ কৰা নিয়ামতবোৰ হৈছে সিহঁতৰ বাবে এক প্ৰকাৰ অৱকাশ, সন্মান নহয়। info