Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
22 : 44

فَدَعَا رَبَّهٗۤ اَنَّ هٰۤؤُلَآءِ قَوْمٌ مُّجْرِمُوْنَ ۟

এতেকে মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ এই লোকসকল অৰ্থাৎ ফিৰআউন আৰু তাৰ মন্ত্ৰীসকল হৈছে অপৰাধী। দৰাচলতে সিহঁত শীঘ্ৰে শাস্তি পোৱাৰ যোগ্য। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• وجوب لجوء المؤمن إلى ربه أن يحفظه من كيد عدوّه.
মুমিন ব্যক্তিয়ে শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা জৰুৰী। info

• مشروعية الدعاء على الكفار عندما لا يستجيبون للدعوة، وعندما يحاربون أهلها.
যদি কাফিৰ ব্যক্তিয়ে ইছলামৰ দাৱাত গ্ৰহণ নকৰে তথা ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে সেইসকল কাফিৰৰ বিৰুদ্ধে বদ্দুআ কৰা বৈধ। info

• الكون لا يحزن لموت الكافر لهوانه على الله.
কাফিৰৰ মৃত্যুত বিশ্বজগতে কেতিয়াও শোক প্ৰকাশ নকৰে, কিয়নো আল্লাহৰ দৃষ্টিত সিহঁতৰ কোনো মূল্য নাই। info

• خلق السماوات والأرض لحكمة بالغة يجهلها الملحدون.
আকাশমণ্ডল আৰু পৃথিৱীক হিকমত সহকাৰে সৃষ্টি কৰা হৈছে। আল্লাহক অস্বীকাৰ কৰা লোকসকলে এই বিষয়টো নাজানে। info