Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
18 : 3

شَهِدَ اللّٰهُ اَنَّهٗ لَاۤ اِلٰهَ اِلَّا هُوَ ۙ— وَالْمَلٰٓىِٕكَةُ وَاُولُوا الْعِلْمِ قَآىِٕمًا بِالْقِسْطِ ؕ— لَاۤ اِلٰهَ اِلَّا هُوَ الْعَزِیْزُ الْحَكِیْمُ ۟ؕ

আল্লাহে সাক্ষ্য প্ৰদান কৰিছে যে, তেৱেঁই একমাত্ৰ সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এয়া তেওঁ ধৰ্ম তথা বিশ্ব সম্বন্ধীয় নিদৰ্শনসমূহ প্ৰতিষ্ঠা কৰি সাব্যস্ত কৰিছে, যিবোৰে তেওঁৰ একক উপাস্য হোৱাৰ প্ৰমাণ বহন কৰে। এই সাক্ষ্য ফিৰিস্তাসকলেও প্ৰদান কৰিছে আৰু জ্ঞানৱান লোকসকলেও তাওহীদ বৰ্ণনা কৰি মানুহক এইপিনে আহ্বান কৰি এই সাক্ষ্য প্ৰদান কৰিছে। এই সকলো লোকে আটাইতকৈ ডাঙৰ তথ্য অৰ্থাৎ এই সাক্ষ্য দিছে যে, আল্লাহ একক আৰু তেওঁ সৃষ্টিৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰস্তুত কৰা বিষয়ত ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। তেওঁ সৃষ্টি, পৰিচালনা আৰু চৰীয়ত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• من أعظم ما يُكفِّر الذنوب ويقي عذاب النار الإيمان بالله تعالى واتباع ما جاء به الرسول صلى الله عليه وسلم.
গুনাহৰ পৰা ক্ষমা পোৱাৰ আৰু জাহান্নামৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ ডাঙৰ উপায়টো হৈছে আল্লাহৰ প্ৰতি ঈমান আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশৰ অনুসৰণ। info

• أعظم شهادة وحقيقة هي ألوهية الله تعالى ولهذا شهد الله بها لنفسه، وشهد بها ملائكته، وشهد بها أولو العلم ممن خلق.
আটাইতকৈ ডাঙৰ সাক্ষ্য আৰু বাস্তাৱতা এইটো যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। সেয়ে স্বয়ং আল্লাহেও ইয়াৰ সাক্ষ্য প্ৰদান কৰিছে লগতে ফিৰিস্তা আৰু জ্ঞানৱান লোক সকলেও ইয়াৰ সাক্ষ্য দিছে। info

• البغي والحسد من أعظم أسباب النزاع والصرف عن الحق.
অন্যায়-অত্যাচাৰ আৰু ঈৰ্ষা, সত্যৰ পৰা আঁতৰ হোৱাৰ আৰু বিবাদৰ কাৰণ। info