Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
68 : 20

قُلْنَا لَا تَخَفْ اِنَّكَ اَنْتَ الْاَعْلٰی ۟

তেতিয়া আল্লাহে মূছা আলাইহিচ্ছালামক সান্তনা প্ৰদান কৰি ক'লেঃ তুমি যিটো অনুভৱ কৰি আছা, সেইটোক ভয় নকৰিবা। হে মূছা! নিশ্চয় তুমিয়েই সিহঁতক পৰাস্ত কৰি বিজয় লাভ কৰিবা। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• لا يفوز ولا ينجو الساحر حيث أتى من الأرض أو حيث احتال، ولا يحصل مقصوده بالسحر خيرًا كان أو شرًّا.
যাদুকৰ পৃথিৱীৰ য'তেই নাযাওক আৰু যি চক্ৰান্তই নকৰক কিয়, কেতিয়াও সফল হ'ব নোৱাৰিব তথা সাৰি যাব নোৱাৰিব, আনকি যাদুৰ জৰিয়তে সি ভাল অথবা বেয়া কোনো লক্ষ্যতেই উপনীত হ'ব নোৱাৰিব। info

• الإيمان يصنع المعجزات؛ فقد كان إيمان السحرة أرسخ من الجبال، فهان عليهم عذاب الدنيا، ولم يبالوا بتهديد فرعون.
ঈমানে চমৎকাৰ কৰে, কিয়নো যাদুকৰসকলৰ ঈমান আছিল পৰ্বতৰ দৰে মজবুত, সেই কাৰণেই তেওঁলোকে পৃথিৱীৰ শাস্তিক তুচ্ছ জ্ঞান কৰিছিল, তথা ফিৰআউনৰ ধমকক ভ্ৰূক্ষেপ কৰা নাছিল। info

• دأب الطغاة التهديد بالعذاب الشديد لأهل الحق والإمعان في ذلك للإذلال والإهانة.
স্বৈৰাচাৰী তথা দমনকাৰী শাসকসকলৰ পূৰ্বৰ পৰাই এই নিয়ম চলি আহিছে যে, সিহঁতে সত্যৰ পথত চলা লোকসকলক দমন কৰিবলৈ তথা সিহঁতৰ কথা মানিবলৈ বাধ্য কৰোৱাৰ বাবে শাস্তিৰ ধমক দিয়ে। info