Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
40 : 13

وَاِنْ مَّا نُرِیَنَّكَ بَعْضَ الَّذِیْ نَعِدُهُمْ اَوْ نَتَوَفَّیَنَّكَ فَاِنَّمَا عَلَیْكَ الْبَلٰغُ وَعَلَیْنَا الْحِسَابُ ۟

হে নবী! আপোনাৰ মৃত্যুৰ পূৰ্বেই যদি আমি সেই শাস্তিৰ কিছু অংশ আপোনাক দেখুৱাই দিওঁ যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছো তেন্তে সেই অধিকাৰ আমাৰ আছে। আনহাতে সেই শাস্তিৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ তেন্তে আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ আমি আপোনাক প্ৰদান কৰিছো। প্ৰতিদান দিয়া তথা হিচাপ-নিকাচ লোৱাৰ দায়িত্ব আপোনাৰ নহয়, সেইটো হৈছে আমাৰ দায়িত্ব। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• الترغيب في الجنة ببيان صفتها، من جريان الأنهار وديمومة الرزق والظل.
জান্নাতৰ বৈশিষ্ট্য বৰ্ণনা কৰি তাৰ প্ৰতি উদ্ধদ্ধ কৰা হৈছে। যেনে- চিৰস্থায়ী ছাঁ, নিৰবিচ্ছিন্ন জীৱিকা আৰু প্ৰবাহমান নদী। info

• خطورة اتباع الهوى بعد ورود العلم وأنه من أسباب عذاب الله.
প্ৰকৃত জ্ঞান অহাৰ পিছত প্ৰবৃত্তিৰ অনুসৰণ কৰাৰ ভয়াৱহতা, এইটো আল্লাহৰ শাস্তিৰ সন্মুখীন হোৱাৰ এটা অন্যতম কাৰণ। info

• بيان أن الرسل بشر، لهم أزواج وذريات، وأن نبينا صلى الله عليه وسلم ليس بدعًا بينهم، فقد كان مماثلًا لهم في ذلك.
এই কথাৰ বৰ্ণনা যে, ৰাছুলসকলো আছিল একো একোজন মানৱ। তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ততি। এতেকে আমাৰ নবীও কোনো নতুন নবী নহয়। কাৰণ এই ক্ষেত্ৰত তেওঁ পূৰ্বৱৰ্তী নবীসকলৰ দৰেই এজন। info