Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
82 : 12

وَسْـَٔلِ الْقَرْیَةَ الَّتِیْ كُنَّا فِیْهَا وَالْعِیْرَ الَّتِیْۤ اَقْبَلْنَا فِیْهَا ؕ— وَاِنَّا لَصٰدِقُوْنَ ۟

হে আমাৰ পিতৃ! আমাৰ কথা সঁচা নে মিছা, সেয়া প্ৰমাণ কৰিবলৈ আপুনি মিচৰবাসী সকলক সুধিব পাৰে, যত আমি অৱস্থান কৰিছিলো। আৰু সেই যাত্ৰীদলকো সুধিব পাৰে যিসকলৰ লগত আমি আহিছো। সকলোৱে আপোনাক সেই কথাই কব, যি কথা আমি আপোনাক অৱগত কৰালো। সি যে চুৰি কৰিছে এই কথা নিশ্চিতভাৱে সত্য। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• لا يجوز أخذ بريء بجريرة غيره، فلا يؤخذ مكان المجرم شخص آخر.
কোনো নিৰপৰাধী ব্যক্তিক বেলেগৰ দোষত কৰায়ত্ব কৰা বৈধ নহয়। গতিকে অপৰাধী ব্যক্তিৰ পৰিবৰ্তে বেলেগ কাৰোবাক আটক কৰা ঠিক নহয়। info

• الصبر الجميل هو ما كانت فيه الشكوى لله تعالى وحده.
উত্তম ধৈৰ্য হৈছে সেইটো, য’ত আল্লাহৰ বাহিৰে আনৰ ওচৰত অভিযোগ দাঙি ধৰা নহয়। info

• على المؤمن أن يكون على تمام يقين بأن الله تعالى يفرج كربه.
মুমিন ব্যক্তিয়ে পূৰ্ণ বিশ্বাস পোষণ কৰা উচিত যে, আল্লাহে তাৰ বিপদ নিশ্চয় দূৰ কৰিব। info