ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم

external-link copy
40 : 75

اَلَیْسَ ذٰلِكَ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ الْمَوْتٰى ۟۠

যিয়ে মানুহক এটোপাল বীৰ্যৰ পৰা, তাৰ পিছত ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে তেওঁ মৃত লোকক হিচাপ-নিকাচ আৰু পৰিণাম বা প্ৰতিদানৰ বাবে জীৱিত কৰাৰ ক্ষমতা নাইনে? কিয় নহয়, নিশ্চয় তেওঁৰ এই ক্ষমতা আছে। info
التفاسير:
از فواید آیات این صفحه:
• خطر حب الدنيا والإعراض عن الآخرة.
পৃথিৱীৰ প্ৰতি মোহ আৰু আখিৰাতৰ পৰা মুখ ঘূৰাই লোৱাৰ ক্ষতি। info

• ثبوت الاختيار للإنسان، وهذا من تكريم الله له.
মানুহৰ স্বাধীনতাৰ প্ৰমাণ। দৰাচলতে এয়া আল্লাহৰ তৰফৰ পৰা মানুহৰ বাবে এক ডাঙৰ সন্মান। info

• النظر لوجه الله الكريم من أعظم النعيم.
আল্লাহৰ পবিত্ৰ মুখ মণ্ডলৰ দৰ্শন কৰাটো এক ডাঙৰ নিয়ামত। info