ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم

external-link copy
16 : 12

وَجَآءُوْۤ اَبَاهُمْ عِشَآءً یَّبْكُوْنَ ۟ؕ

ইপিনে ইউছুফৰ ভাতৃসকলে নিজৰ ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ ৰাতিৰ ভাগত কান্দি কান্দি আহি পিতৃৰ ওচৰত উপস্থিত হ'ল। info
التفاسير:
از فواید آیات این صفحه:
• بيان خطورة الحسد الذي جرّ إخوة يوسف إلى الكيد به والمؤامرة على قتله.
ঈৰ্ষাৰ ভয়াবহতাৰ বৰ্ণনা, ইয়াৰ ফলতেই ইউছুফৰ ভাতৃসকলে তেওঁৰ বিৰুদ্ধে হত্যাৰ চক্ৰান্ত ৰচিছিল। info

• مشروعية العمل بالقرينة في الأحكام.
আহকামৰ ক্ষেত্ৰত ইঙ্গিত বহন কৰিলেই আমল কৰাৰ প্ৰমাণ। info

• من تدبير الله ليوسف عليه السلام ولطفه به أن قذف في قلب عزيز مصر معاني الأبوة بعد أن حجب الشيطان عن إخوته معاني الأخوة.
এয়া ইউছুফ আলাইহিছ ছালামৰ প্ৰতি আল্লাহৰ উত্তম ব্যৱস্থাপনা তথা তেওঁৰ কৃপা আছিল যে, তেওঁ আজিজে মিচৰৰ অন্তৰত পিতৃ প্ৰেম ঢালি দিছিল। আনহাতে চয়তানে তেওঁৰ ভাতৃসকলক ভাতৃৰ মুহাব্বতৰ পৰা বঞ্চিত কৰিছিল। info