আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আশ্ব-শ্বাৰাহ

external-link copy
1 : 94

اَلَمْ نَشْرَحْ لَكَ صَدْرَكَ ۟ۙ

আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে? info
التفاسير:

external-link copy
2 : 94

وَوَضَعْنَا عَنْكَ وِزْرَكَ ۟ۙ

আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে? info
التفاسير: