আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আল-ফালাক্ব

external-link copy
1 : 113

قُلْ اَعُوْذُ بِرَبِّ الْفَلَقِ ۟ۙ

কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ। info
التفاسير:

external-link copy
2 : 113

مِنْ شَرِّ مَا خَلَقَ ۟ۙ

তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা, info
التفاسير:

external-link copy
3 : 113

وَمِنْ شَرِّ غَاسِقٍ اِذَا وَقَبَ ۟ۙ

আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়, info
التفاسير:

external-link copy
4 : 113

وَمِنْ شَرِّ النَّفّٰثٰتِ فِی الْعُقَدِ ۟ۙ

আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে, info
التفاسير:

external-link copy
5 : 113

وَمِنْ شَرِّ حَاسِدٍ اِذَا حَسَدَ ۟۠

আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে। info
التفاسير: