আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আল-মাছাদ

external-link copy
1 : 111

تَبَّتْ یَدَاۤ اَبِیْ لَهَبٍ وَّتَبَّ ۟ؕ

ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক। info
التفاسير:

external-link copy
2 : 111

مَاۤ اَغْنٰی عَنْهُ مَالُهٗ وَمَا كَسَبَ ۟ؕ

তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল। info
التفاسير:

external-link copy
3 : 111

سَیَصْلٰی نَارًا ذَاتَ لَهَبٍ ۟ۙ

অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব। info
التفاسير:

external-link copy
4 : 111

وَّامْرَاَتُهٗ ؕ— حَمَّالَةَ الْحَطَبِ ۟ۚ

আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে, info
التفاسير:

external-link copy
5 : 111

فِیْ جِیْدِهَا حَبْلٌ مِّنْ مَّسَدٍ ۟۠

তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী। info
التفاسير: