আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
7 : 98

اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ۙ— اُولٰٓىِٕكَ هُمْ خَیْرُ الْبَرِیَّةِ ۟ؕ

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকেই উত্তম সৃষ্টি। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• خشية الله سبب في رضاه عن عبده.
কাফিৰ আটাইতকৈ নিকৃষ্ট আৰু মুমিন আটাইতকৈ উত্কৃষ্ট সৃষ্টি। info

• شهادة الأرض على أعمال بني آدم.
আল্লাহৰ ভয়, বান্দাৰ সন্তুষ্টি লাভৰ মাধ্যম। info

• الكفار شرّ الخليقة، والمؤمنون خيرها.
পৃথিৱীয়ে মানুহৰ কৰ্মৰ সাক্ষী দিব। info