আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
26 : 76

وَمِنَ الَّیْلِ فَاسْجُدْ لَهٗ وَسَبِّحْهُ لَیْلًا طَوِیْلًا ۟

আৰু তেওঁক মাগৰিব তথা ইশ্বাৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক আৰু ইয়াৰ পিছত তেওঁৰ বাবে তাহাজ্জুদ পঢ়ক। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• خطر التعلق بالدنيا ونسيان الآخرة.
পৃথিৱীৰ মায়া-মোহত আৱদ্ধ হৈ আখিৰাতক পাহৰি যোৱাৰ ক্ষতি। info

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ। info

• إهلاك الأمم المكذبة سُنَّة إلهية.
অস্বীকাৰকাৰী জাতিক ধ্বংস কৰা আল্লাহৰ বিধি সন্মত। info