আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
34 : 53

وَاَعْطٰی قَلِیْلًا وَّاَكْدٰی ۟

কিঞ্চিত দান কৰিলে আৰু তাৰ পিছত বন্ধ কৰি দিলে। কিয়নো কৃপণালি তাৰ সিৰাই সিৰাই সোমাইছে। ইয়াৰ পিছতো সি নিজৰ গুণ গাই ফুৰে। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• انقسام الذنوب إلى كبائر وصغائر.
গুনাহ হৈছে দুই প্ৰকাৰঃ ডাঙৰ আৰু সৰু। info

• خطورة التقوُّل على الله بغير علم.
জ্ঞান নোহোৱাকৈ আল্লাহৰ প্ৰতি মিছা আৰোপ কৰাৰ পৰিণাম অতি ভয়াৱহ। info

• النهي عن تزكية النفس.
নিজেই নিজৰ প্ৰশংসা কৰা নিন্দনীয়। info