আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
34 : 52

فَلْیَاْتُوْا بِحَدِیْثٍ مِّثْلِهٖۤ اِنْ كَانُوْا صٰدِقِیْنَ ۟ؕ

এতেকে সিহঁতে এই কোৰআনৰ দৰেই কোনো বাণী লৈ আহকচোন, দৰকাৰ হ’লে ৰচনা কৰিয়ে লৈ আহক। সঁচাই যদি সিহঁত নিজৰ এই দাবীত সত্যবাদী যে, মুহাম্মদে ইয়াক নিজেই ৰচনা কৰিছে। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info