আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
5 : 50

بَلْ كَذَّبُوْا بِالْحَقِّ لَمَّا جَآءَهُمْ فَهُمْ فِیْۤ اَمْرٍ مَّرِیْجٍ ۟

বৰং এই মুশ্বৰিকসকলে ৰাছুলে লৈ অহা কোৰআনক অস্বীকাৰ কৰিছে। গতিকে সিহঁত দ্বিধাগ্ৰস্ত হৈ আছে, এইক্ষেত্ৰত সিহঁতে কোনো এটা বিষয়ত স্থিৰ থাকিব নোৱাৰে। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• المشركون يستعظمون النبوة على البشر، ويمنحون صفة الألوهية للحجر!
মুশ্বৰিকসকলে মানুহৰ প্ৰতি নবুওৱতক বিশ্বাস নকৰে, পক্ষান্তৰে শিলকো প্ৰভু বুলি উপাসনা কৰে। info

• خلق السماوات، وخلق الأرض، وإنزال المطر، وإنبات الأرض القاحلة، والخلق الأول: كلها أدلة على البعث.
আকাশমণ্ডলৰ সৃষ্টি, পৃথিৱীৰ সৃষ্টি, বৰষুণ, মৃত ভূমি জীৱিত কৰা, প্ৰথম সৃষ্টি আদি গোটেইবোৰ হৈছে আখিৰাতৰ পুনৰ্জনমৰ স্পষ্ট প্ৰমাণ। info

• التكذيب بالرسل عادة الأمم السابقة، وعقاب المكذبين سُنَّة إلهية.
ৰাছুলসকলক অস্বীকাৰ কৰাটো পূৰ্বৱৰ্তী উম্মতবোৰৰ স্বভাৱত পৰিণত হৈছিল। আনহাতে অস্বীকাৰকাৰীসকলক শাস্তি বিহাটো হৈছে আল্লাহৰ নীতি। info