আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
51 : 30

وَلَىِٕنْ اَرْسَلْنَا رِیْحًا فَرَاَوْهُ مُصْفَرًّا لَّظَلُّوْا مِنْ بَعْدِهٖ یَكْفُرُوْنَ ۟

যদি আমি সিহঁতৰ খেতি-পথাৰত বিনাশকাৰী বতাহ প্ৰেৰণ কৰোঁ, যি বতাহে সিহঁতৰ খেতি-বাতি তচনচ কৰি পেলায়, আৰু সিহঁতে যদি সেউজীয়া পথাৰক হালধীয়া দেখিবলৈ পায়, তেন্তে পূৰ্বৱৰ্তী আল্লাহৰ অসংখ্য নিয়ামতসমূহক পাহৰি অকৃতজ্ঞ হৈ পৰে। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• يأس الكافرين من رحمة الله عند نزول البلاء.
বিপদৰ সময়ত আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱাটো কাফিৰসকলৰ বৈশিষ্ট্য। info

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই। info

• مراحل العمر عبرة لمن يعتبر.
জীৱনৰ বিভিন্ন পৰ্যায়সমূহ হৈছে সেইসকল লোকৰ বাবে এটা উপদেশ, যিসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব বিচাৰে। info

• الختم على القلوب سببه الذنوب.
পাপকৰ্ম হৈছে অন্তৰত মোহৰ পৰাৰ অন্যতম কাৰণ। info