আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
77 : 27

وَاِنَّهٗ لَهُدًی وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۟

প্ৰকৃততে এই গ্ৰন্থখন মুমিনসকলৰ বাবে তথা ইয়াৰ শিক্ষা মতে আমল কৰা লোকসকলৰ বাবে হৈছে হিদায়ত আৰু কৃপা। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব। info

• تزكية النبي صلى الله عليه وسلم بأنه على الحق الواضح.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে এই স্পষ্টীকৰণ যে, তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। info

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই। info

• دلالة النوم على الموت، والاستيقاظ على البعث.
টোপনিয়ে মৃত্যুক প্ৰমাণ কৰে, আৰু টোপনিৰ পৰা সাৰ পোৱাটোৱে পুনৰুত্থানক প্ৰমাণ কৰে। info