আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
72 : 26

قَالَ هَلْ یَسْمَعُوْنَكُمْ اِذْ تَدْعُوْنَ ۟ۙ

ইব্ৰাহীমে সিহঁতক সুধিলেঃ আচ্ছা কোৱাচোন, তোমালোকে যেতিয়া সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰা, তেতিয়া সিহঁতে শুনা পায়নে? info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الله مع عباده المؤمنين بالنصر والتأييد والإنجاء من الشدائد.
আল্লাহে সদায় তেওঁৰ মুমিন বান্দাসকলক সহায়, সমৰ্থন কৰে, তথা তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰে। info

• ثبوت صفتي العزة والرحمة لله تعالى.
সৰ্বশক্তিমান আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• خطر التقليد الأعمى.
অন্ধ অনুকৰণৰ লোকচান। info

• أمل المؤمن في ربه عظيم.
মুমিনসকল নিজ প্ৰতিপালকৰ ওচৰত ডাঙৰ আশাবাদী। info