আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
46 : 26

فَاُلْقِیَ السَّحَرَةُ سٰجِدِیْنَ ۟ۙ

যাদুকৰসকলে যেতিয়া মুছা আলাইহিচ্ছালামৰ লাখুটিডালক অজগৰ সাপ হৈ সিহঁতৰ যাদুৰ প্ৰভাৱত সৃষ্টি হোৱা বস্তুবোৰক গিলি খোৱা দেখিলে, তেতিয়া সিহঁত সকলোৱে ছাজদাৱনত হ'ল। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• العلاقة بين أهل الباطل هي المصالح المادية.
অসত্যৰ অনুসাৰীসকলৰ মাজত কেৱল আৰ্থিক লাভালাভৰ সম্পৰ্ক পোৱা যায়। info

• ثقة موسى بالنصر على السحرة تصديقًا لوعد ربه.
মুছা আলাইহিচ্ছালাম সম্পূৰ্ণৰূপে আশ্বস্ত আছিল যে, তেওঁ যাদুকৰসকলক পৰাস্ত কৰি বিজয় লাভ কৰিব। কিয়নো নিজ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। info

• إيمان السحرة برهان على أن الله هو مُصَرِّف القلوب يصرفها كيف يشاء.
যাদুকৰসকলৰ ঈমানে এই কথা প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহেই অন্তৰসমূহক নিয়ন্ত্ৰণ কৰে। তেওঁ যিদৰে ইচ্ছা কৰে, সেইদৰেই সঞ্চালিত কৰে। info

• الطغيان والظلم من أسباب زوال الملك.
অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘন, এইবোৰ হৈছে ৰাজত্ব হেৰুৱাৰ অন্যতম কাৰণ। info