আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
222 : 26

تَنَزَّلُ عَلٰی كُلِّ اَفَّاكٍ اَثِیْمٍ ۟ۙ

চয়তান অৱতৰণ কৰে প্ৰত্যেক মহাপাপী, মিছলীয়া জ্যোতিষীৰ ওপৰত। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক। info

• تنزيه القرآن عن قرب الشياطين منه.
কোৰআন যে চয়তানৰ ফালৰ পৰা নহয়, এই কথা স্পষ্টভাৱে নসাৎ কৰি পৱিত্ৰ ঘোষণা কৰা হৈছে। info

• أهمية اللين والرفق للدعاة إلى الله.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে নম্ৰতা তথা কোমলতা অৱলম্বন কৰা অতি আৱশ্যক। info

• الشعر حَسَنُهُ حَسَن، وقبيحه قبيح.
কবিতা যদি ভাল হয় তেন্তে ভাল বুলিয়ে পৰিগণিত হ’ব; আনহাতে বেয়া হ’লে, বেয়া বুলিয়ে পৰিগণিত হ’ব। info