আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
16 : 23

ثُمَّ اِنَّكُمْ یَوْمَ الْقِیٰمَةِ تُبْعَثُوْنَ ۟

মৃত্যুৰ পিছত কিয়ামতৰ দিনা তোমালোকক কবৰৰ পৰা পুনৰুত্থিত কৰা হ’ব। যাতে তোমালোকে কৰা আমলৰ হিচাপ-কিতাপ লব পৰা যায়। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• للفلاح أسباب متنوعة يحسن معرفتها والحرص عليها.
সফলতাৰ বিভিন্ন উপায় আছে। মানুহে সেইবোৰ ভালকৈ জনা উচিত আৰু সেইমতে আমল কৰাৰ আগ্ৰহ ৰখা উচিত। info

• التدرج في الخلق والشرع سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰা আৰু চৰীয়ত প্ৰণয়ন কৰাটো হৈছে আল্লাহৰ সাধাৰণ নিয়ম। info

• إحاطة علم الله بمخلوقاته.
আল্লাহৰ জ্ঞান সকলো সৃষ্টিকে পৰিবেষ্টন কৰি আছে। info