قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
31 : 68

قَالُوْا یٰوَیْلَنَاۤ اِنَّا كُنَّا طٰغِیْنَ ۟

লজ্জিত হৈ কবলৈ ধৰিলেঃ হায় আমাৰ ক্ষতি ! নিশ্চয় আমি দুখীয়া আৰু অভাৱ গ্ৰস্থ লোকক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰি সীমালংঘন কৰিছো। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• منع حق الفقير سبب في هلاك المال.
মগনীয়াৰ আৰু নিৰ্ধনৰ অধিকাৰ খৰ্ব কৰাটো হৈছে সম্পত্তি ধংসৰ কাৰণ। info

• تعجيل العقوبة في الدنيا من إرادة الخير بالعبد ليتوب ويرجع.
পৃথিৱীত বান্দাক শাস্তি দিয়া তেওঁৰ পক্ষেই ভাল। কিয়নো সম্ভৱত তেওঁ তাওবাহ কৰি লব আৰু পাপ কৰ্মৰ পৰা বিৰত থাকিব। info

• لا يستوي المؤمن والكافر في الجزاء، كما لا تستوي صفاتهما.
মুমিন আৰু কাফিৰ, পৰিণামৰ দৃষ্টিকোণৰ পৰা সমান হব নোৱাৰে। এয়া তেনেকুৱাই যিদৰে দুয়ো বৈশিষ্ট্যৰ দৃষ্টিকোণৰ পৰা সমান নহয়। info