அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
10 : 91

وَقَدْ خَابَ مَنْ دَسّٰىهَا ۟ؕ

আৰু সেই ব্যক্তি ক্ষতিগ্ৰস্থ হৈছে যিয়ে নিজকে অবাধ্যতা আৰু পাপ কৰ্মৰ জৰিয়তে নিজকে কুলষিত কৰিছে। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব। info

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ। info

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ। info

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে। info