د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
13 : 36

وَاضْرِبْ لَهُمْ مَّثَلًا اَصْحٰبَ الْقَرْیَةِ ۘ— اِذْ جَآءَهَا الْمُرْسَلُوْنَ ۟ۚ

হে ৰাছুল! আপুনি এই স্বৈৰাচাৰী অস্বীকাৰকাৰীসকলক এটা উদাহৰণ দিয়ক, যাতে সিহঁতে এটা শিক্ষা লব পাৰে। সেয়া হৈছে এখন জনবসতিৰ ঘটনা, যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুল আগমন কৰিছিল। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info