د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
25 : 27

اَلَّا یَسْجُدُوْا لِلّٰهِ الَّذِیْ یُخْرِجُ الْخَبْءَ فِی السَّمٰوٰتِ وَالْاَرْضِ وَیَعْلَمُ مَا تُخْفُوْنَ وَمَا تُعْلِنُوْنَ ۟

চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে, যাতে সিহঁতে এক আল্লাহক ছাজদাহ কৰিব নোৱাৰে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু মাটিৰ পৰা উদ্ভিদ উলিয়ায়। তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো আমল সম্পৰ্কে তেওঁ অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• إنكار الهدهد على قوم سبأ ما هم عليه من الشرك والكفر دليل على أن الإيمان فطري عند الخلائق.
হুদহুদ চৰায়ে ছাবা জনগোষ্ঠীৰ শ্বিৰ্ক আৰু কুফৰী কামক নসাৎ কৰিছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সকলো সৃষ্টিৰ মাজত প্ৰাকৃতিকৰূপে ঈমান নিহিত আছে। info

• التحقيق مع المتهم والتثبت من حججه.
আৰোপীৰ বিষয়ে অনুসন্ধান কৰা তথা তাৰ যুক্তিবোৰক গভীৰভাৱে পৰ্যালোচনা কৰা অতি জৰুৰী। info

• مشروعية الكشف عن أخبار الأعداء.
শত্ৰুৰ সংবাদবোৰ প্ৰকাশ কৰা বৈধ। info

• من آداب الرسائل افتتاحها بالبسملة.
বিছমিল্লাহৰ জৰিয়তে পত্ৰ আৰম্ভ কৰাটো পত্ৰ লিখাৰ নিয়ম। info

• إظهار عزة المؤمن أمام أهل الباطل أمر مطلوب.
বাতিলৰ সন্মুখত মুমিনৰ শক্তি প্ৰদৰ্শন অতি আৱশ্যক। info