ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
9 : 73

رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ لَاۤ اِلٰهَ اِلَّا هُوَ فَاتَّخِذْهُ وَكِیْلًا ۟

তেৱেঁই সূৰ্যোদয়ৰ স্থান আৰু সূৰ্য অস্ত যোৱা স্থানৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেয়েহে তেওঁকেই কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰি সকলো কামতে তেওঁৰ প্ৰতি ভৰসা কৰক। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• أهمية قيام الليل وتلاوة القرآن وذكر الله والصبر للداعية إلى الله.
দাঈ সকলৰ বাবে ৰাতিত জাগি ছালাত আদায় কৰা, কোৰআন তিলাৱত কৰা, আল্লাহৰ যিকিৰ-আজকাৰ কৰা আৰু ধৈৰ্য ধাৰণ কৰাৰ মহত্ব। info

• فراغ القلب في الليل له أثر في الحفظ والفهم.
ৰাতিত অন্তৰখন সুস্থ আৰু মুকলি থাকে। সেয়ে এই সময়ত মুখস্থ কৰা, কোনো বিষয় বুজা বা হৃদয়ঙ্গম কৰিবলৈ ভাল প্ৰভাৱ পৰে। info

• تحمّل التكاليف يقتضي تربية صارمة.
চৰীয়তৰ আদেশ-নিষেধ পালনৰ বাবে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন হয়। info

• الترف والتوسع في التنعم يصدّ عن سبيل الله.
অত্যাধিক সচ্চলতা আৰু অনুগ্ৰহৰ প্ৰাচুৰ্যতাই মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে। info