ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
59 : 21

قَالُوْا مَنْ فَعَلَ هٰذَا بِاٰلِهَتِنَاۤ اِنَّهٗ لَمِنَ الظّٰلِمِیْنَ ۟

যেতিয়া সিহঁত উভতি আহিল, আৰু দেখা পালে যে, সিহঁতৰ মূৰ্তিবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ আছে, তেতিয়া সিহঁতে ইজনে সিজনক সুধিলেঃ আমাৰ উপাস্যবোৰৰ কোনে এনেকুৱা অৱস্থা কৰিছে? যিয়ে এনেকুৱা কৰিছে সি নিশ্চয় এজন যালিম ব্যক্তি। কিয়নো সি সন্মানৰ পাত্ৰক অপমান কৰিছে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• جواز استخدام الحيلة لإظهار الحق وإبطال الباطل.
সত্যক প্ৰকাশ কৰিবলৈ তথা অসত্যক ভুল সাব্যস্ত কৰিবলৈ অজুহাতৰ সহায় লোৱা বৈধ। info

• تعلّق أهل الباطل بحجج يحسبونها لهم، وهي عليهم.
সত্যৰ পৰা আঁতৰি থকা লোকসকলেও কিছুমান প্ৰমাণ উপস্থাপন কৰে, কিন্তু সেইবোৰ প্ৰমাণ সিহঁতৰ বিৰুদ্ধেই প্ৰয়োগ হয়। info

• التعنيف في القول وسيلة من وسائل التغيير للمنكر إن لم يترتّب عليه ضرر أكبر.
কুসংস্কাৰ দূৰ কৰিবলৈ কঠোৰ ভাষা ব্যৱহাৰ কৰিব পাৰি, কিন্তু চৰ্ত হ’ল যাতে কোনো ডাঙৰ ক্ষতি নহয়। info

• اللجوء لاستخدام القوة برهان على العجز عن المواجهة بالحجة.
বল প্ৰয়োগ কৰাটো হৈছে দৰাচলতে দলিলৰ দ্বাৰা মোকাবিলা কৰাত পৰাজিত হোৱাৰ প্ৰতীক। info

• نَصْر الله لعباده المؤمنين، وإنقاذه لهم من المحن من حيث لا يحتسبون.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। আৰু তেওঁলোকক বিপদৰ পৰা এনেকৈ ৰক্ষা কৰে যিটোক তেওঁলোকে অনুমানো কৰিব নোৱাৰে। info