ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
52 : 21

اِذْ قَالَ لِاَبِیْهِ وَقَوْمِهٖ مَا هٰذِهِ التَّمَاثِیْلُ الَّتِیْۤ اَنْتُمْ لَهَا عٰكِفُوْنَ ۟

যেতিয়া তেওঁ নিজৰ পিতৃ আঝাৰ আৰু তেওঁৰ সম্প্ৰদায়ক ক'লেঃ এই মূৰ্তিবোৰ আচলতে কি, যিবোৰক তোমালোকে নিজ হাতে নিৰ্মাণ কৰি সেইবোৰৰ ইবাদত কৰি আছা? info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• نَفْع الإقرار بالذنب مشروط بمصاحبة التوبة قبل فوات أوانها.
গুনাহ স্বীকাৰ কৰাৰ উপকাৰ সেই সময়তে লাভদায়ক হয়, যেতিয়া সময় থাকোঁতে তাওবা কৰা হয়। info

• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক। info

• أهمية قوة الحجة في الدعوة إلى الله.
আল্লাহৰ প্ৰতি দাৱাতৰ ক্ষেত্ৰত, শক্তিশালী প্ৰমাণৰ গুৰুত্ব। info

• ضرر التقليد الأعمى.
অন্ধানুসৰণৰ ক্ষতিৰ বৰ্ণনা। info

• التدرج في تغيير المنكر، والبدء بالأسهل فالأسهل، فقد بدأ إبراهيم بتغيير منكر قومه بالقول والصدع بالحجة، ثم انتقل إلى التغيير بالفعل.
কুসংস্কাৰ দূৰ কৰিবলৈ লাহে ধীৰে কাম কৰা উচিত, প্ৰত্যেক পৰ্যায়ত সহজৰ পৰা আৰম্ভ কৰা উচিত। কিয়নো ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ মাজত থকা কুসংস্কাৰ দূৰ কৰিবলৈ প্ৰথমে বুজাইছিল, প্ৰমাণৰ দ্বাৰা সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিছিল, তাৰ পিছতহে শক্তিৰ দ্বাৰা প্ৰতিৰোধ কৰাৰ পদক্ষেপ হাতত লৈছিল। info