የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
8 : 56

فَاَصْحٰبُ الْمَیْمَنَةِ ۙ۬— مَاۤ اَصْحٰبُ الْمَیْمَنَةِ ۟ؕ

সোঁহাতত আমলনামা গ্রহণকাৰীসকলৰ মৰ্যাদা কিমান যে উৎকৃষ্ট তথা সুউচ্চ! info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• دوام تذكر نعم الله وآياته سبحانه موجب لتعظيم الله وحسن طاعته.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ নিদৰ্শনবোৰ সদায় স্মৰণ কৰিলে আল্লাহৰ মহানতাৰ অনুভৱ হয় তথা তেওঁৰ আনুগত্যত আগ্ৰহ জাগে। info

• انقطاع تكذيب الكفار بمعاينة مشاهد القيامة.
কাফিৰসকলৰ অবিশ্বাসৰ এই ধাৰাবাহিকতা কিয়ামতৰ ভয়াৱহ দৃশ্যবোৰ প্ৰত্যক্ষ কৰাৰ লগে লগে বন্ধ হৈ পৰিব। info

• تفاوت درجات أهل الجنة بتفاوت أعمالهم.
আমল অনুসাৰে জান্নাতীসকলৰ মৰ্যাদা ভিন ভিন হ’ব। info