የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
97 : 11

اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَاتَّبَعُوْۤا اَمْرَ فِرْعَوْنَ ۚ— وَمَاۤ اَمْرُ فِرْعَوْنَ بِرَشِیْدٍ ۟

আমি তেওঁক ফিৰআউন আৰু তাৰ জাতিৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো। কিন্তু সেই গণ্যমান্য লোকসকলে আল্লাহক অস্বীকাৰ কৰিবলৈ ফিৰআউনে কৰা আদেশ মানি ললে। যদিও ফিৰআউনৰ আদেশ অনুসৰণযোগ্য নাছিল। কাৰণ সেইটো সঠিক তথা উচিত সিদ্ধান্ত নাছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ذمّ الجهلة الذين لا يفقهون عن الأنبياء ما جاؤوا به من الآيات.
এনেকুৱা নিৰক্ষৰ তথা মুৰ্খ লোকসকলক নিন্দা কৰা হৈছে, যিহঁতে নবীসকলে লৈ অহা নিদৰ্শনক বুজিবলৈ যত্ন নকৰে। info

• ذمّ وتسفيه من اشتغل بأوامر الناس، وأعرض عن أوامر الله.
এনেকুৱা লোকৰো নিন্দা কৰা হৈছে, যিসকলে মানুহৰ কথা মানিবলৈ সদায় সচেতন থাকে কিন্তু আল্লাহৰ আদেশক অৱজ্ঞা কৰে। info

• بيان دور العشيرة في نصرة الدعوة والدعاة.
সত্কৰ্মৰ আহ্বান আৰু আহ্বানকাৰীৰ সহায়-সহযোগত পৰিয়ালৰ লোকসকলৰ ভূমিকাৰ বৰ্ণনা। info

• طرد المشركين من رحمة الله تعالى.
মুশ্বৰিকসকল আল্লাহৰ কৃপাৰ পৰা বিতাড়িত। info