የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
89 : 11

وَیٰقَوْمِ لَا یَجْرِمَنَّكُمْ شِقَاقِیْۤ اَنْ یُّصِیْبَكُمْ مِّثْلُ مَاۤ اَصَابَ قَوْمَ نُوْحٍ اَوْ قَوْمَ هُوْدٍ اَوْ قَوْمَ صٰلِحٍ ؕ— وَمَا قَوْمُ لُوْطٍ مِّنْكُمْ بِبَعِیْدٍ ۟

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মোৰ লগত তোমালোকৰ শত্ৰুতাই যেন মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিবলৈ অৰিহণা নোযোগায়। মই আশংকা কৰিছো তোমালোকে যেনিবা সেই শাস্তিৰ সন্মুখীন হোৱা নেকি, যি শাস্তি ভোগ কৰিছিল নূহ সম্প্ৰদায়, হূদ সম্প্ৰদায় আৰু ছলেহৰ সম্প্ৰদায়ে। আনহাতে লূত সম্প্ৰদায়ে ভোগ কৰা শাস্তিও দেখোন তোমালোকৰ পৰা সময় তথা স্থানৰ ক্ষেত্ৰতো বেছি দূৰ নহয়। তোমালোকে দেখোন জানাই সিহঁতৰ প্ৰতি কেনেকুৱা শাস্তি আহিছিল। এতেকে তোমালোকে তাৰ পৰা শিক্ষা লোৱা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ذمّ الجهلة الذين لا يفقهون عن الأنبياء ما جاؤوا به من الآيات.
এনেকুৱা নিৰক্ষৰ তথা মুৰ্খ লোকসকলক নিন্দা কৰা হৈছে, যিহঁতে নবীসকলে লৈ অহা নিদৰ্শনক বুজিবলৈ যত্ন নকৰে। info

• ذمّ وتسفيه من اشتغل بأوامر الناس، وأعرض عن أوامر الله.
এনেকুৱা লোকৰো নিন্দা কৰা হৈছে, যিসকলে মানুহৰ কথা মানিবলৈ সদায় সচেতন থাকে কিন্তু আল্লাহৰ আদেশক অৱজ্ঞা কৰে। info

• بيان دور العشيرة في نصرة الدعوة والدعاة.
সত্কৰ্মৰ আহ্বান আৰু আহ্বানকাৰীৰ সহায়-সহযোগত পৰিয়ালৰ লোকসকলৰ ভূমিকাৰ বৰ্ণনা। info

• طرد المشركين من رحمة الله تعالى.
মুশ্বৰিকসকল আল্লাহৰ কৃপাৰ পৰা বিতাড়িত। info